Every contribution shapes society; preserving them is essential.
— Darshapran
||
||
||
||
||
||
 
SPONSORED ADDS
We ensure that every individual has the opportunity to know and take pride in their ancestors, family roots, and cultural heritage. Through the Family Tree feature, we provide an easy and accessible way for families to connect with their relatives and history, allowing them to understand their family legacy with ease.  
हम सभी चाहते हैं कि हमारे प्रियजनों की यादें, उनकी आवाज़, उनकी छवि और उनका योगदान केवल स्मृतियों तक सीमित न रहें, बल्कि आने वाली पीढ़ियों तक जीवंत बने रहें।
Lifexpedia इसी उद्देश्य के लिए समर्पित है – अपनों की अनमोल यादों को संरक्षित करने और उन्हें सदैव जीवंत रखने के लिए।
परिवार की जड़ें मजबूत बनी रहें और वंशज, चाहे वे दुनिया के किसी भी कोने में हों, अपने मूल परिवार से जुड़े रहें – यही Lifexpedia Family Trees का मूल उद्देश्य है। यह न केवल रिश्तों को जोड़ता है, बल्कि पारिवारिक विरासत को भी संजोकर रखता है।
हम पूरी निष्ठा और समर्पण के साथ यह सुनिश्चित करेंगे कि आपकी यादें सुरक्षित रहें, संरक्षित हों और आने वाली पीढ़ियों तक सहज रूप से पहुंचें।
Lifexpedia – जहां यादें अमर होती हैं।
संपूर्ण निष्ठा और समर्पण के साथ,
भैरव गोहाँई,
देवेश्वर भुया
আমাৰ মাজৰ পৰা চিৰবিদায় লোৱা প্ৰিয়জনৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ এক গভীৰ বাসনা থাকে ৷ তেওঁলোকৰ মৰমৰ মাতষাৰি, স্মৰণীয় মূহূর্তৰ আলোকছবি, স্মৃতিকথা যাতে সময়ৰ সোঁতত বিলীন হৈ নাযায় তাৰ প্ৰয়াসেৰে Lifexpedia হৈছে অভিনৱ গোলকীয় মঞ্চ ৷
Lifexpedia ডিজিটেল স্মৃতি সংৰক্ষণৰ এক আধুনিক মঞ্চ, য’ত স্বর্গলোক আপোনজনৰ ফটো, ভিডিঅ’, কণ্ঠ, জীৱনী আৰু স্মৃতিচিহ্ন ইত্যাদি সুৰক্ষিত থাকিব ৷ যি নিশ্চিতকৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এক অমূল্য উপহাৰ ৰূপে পৰিগণিত হৈ থাকিব ৷
“Lifexpedia Family Trees” হৈছে এক বিশ্বজনীন সংযোজন য’ত বংশ লটিকা, পৰিয়ালৰ পৰম্পৰা আদিৰ সংৰক্ষণৰ উপৰিও নিজ বংশ-পৰিয়ালৰ লগত সঘন আৰু সহজ সম্পর্ক ৰক্ষা কৰাৰ উত্তম ব্যৱস্থা ৷
“Lifexpedia Family Trees” পৰিয়ালৰ শিপা সুদৃঢ় কৰি ৰখাৰ এক অভিলাষী প্ৰয়াস, যাৰ জৰিয়তে যিকোনো ভৌগোলিক এলেকাত থকা পৰিয়ালৰ নতুন প্ৰজন্মই সহজে নিজৰ মূল পৰিয়ালৰ সৈতে সংযোগ ৰাখিব পাৰে। এই প্ৰকল্প কেৱল সম্পৰ্ক বর্তাই ৰখাৰ বাবেই জৰুৰী নহয় বৰঞ্চ অতীত, বর্তমান তথা ভৱিষ্যতৰ সৈতে বংশৰ পাৰস্পৰিক আৰু পৰম্পৰাগত সম্পর্ক অক্ষুণ্ন ৰাখি পৰম্পৰাগত সামাজিক বাতাবৰণ সুদৃঢ় কৰি ৰখাৰ বাবেও অত্যন্ত আৱশ্যক ৷
আপোনাৰ স্মৃতি সুৰক্ষিত থাকক, সংৰক্ষিত থাকক আৰু অনাগত প্ৰজন্মৰ সৈতেও সহজভাৱে উপলভ্য হওক সেয়া আমি সম্পূর্ণ নিষ্ঠা সহকাৰে নিশ্চিত কৰিম ৷
আগ্ৰহেৰে,